Business Bureau

2986 Posts
বৈদ্যুতিক বাহনৰ প্ৰস্তাৱৰ বাবে কেন্দ্ৰীয় পুলিচ কল্যাণ ভাণ্ডাৰৰ সৈতে অংশীদাৰী কৰিছে টাটা মটৰ্ছে

বৈদ্যুতিক বাহনৰ প্ৰস্তাৱৰ বাবে কেন্দ্ৰীয় পুলিচ কল্যাণ ভাণ্ডাৰৰ সৈতে অংশীদাৰী কৰিছে টাটা মটৰ্ছে

ভাৰতৰ সৰ্ববৃহৎ অটোমোটিভ নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে কেন্দ্ৰীয় পুলিচ কল্যাণ ভাণ্ডাৰ (কেপিকেবি)ৰ সৈতে অংশীদাৰিত্বৰে অৰ্ধসামৰিক বাহিনী, ৰাজ্যিক আৰক্ষী জোৱান আৰু বিষয়া-জোৱানসকলৰ পৰিয়ালক বৈদ্যুতিক বাহন যোগান ধৰিব। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে টাটা মটৰ্ছৰ ই ভি পৰ্টফলিঅ’ৰ বাবে বিশেষ হাৰ(স্পেচিয়েল ৰেট) প্ৰদান কৰা, যাৰ ভিতৰত আছে টিয়াগো.ইভি, টিগ’ৰ ইভি আৰু নেক্সন ইভি প্ৰাইম আৰু মেক্স। যোৱা ২০০৬ চনত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ে স্থাপন কৰা কেপিকেবিৰ ১১৯টা মাষ্টাৰ কেণ্টিন আৰু ১৮০০+ সহযোগী কেণ্টিন আছে যিয়ে সেনা-বাহিনী আৰু পৰিয়ালসমূহক সামগ্ৰী বিক্ৰী বা যোগান কৰে। এই অংশীদাৰিত্বৰ উদ্দেশ্য হৈছে আৰপিএফ, আইবি, এছপিজি, এনচিআৰবি, এনআইএ, আইটিবিপি, চিআৰপিএফ, এছএছবি, চিআইএছএফ, বিএছএফ, অসম ৰাইফলছ আৰু ৰাজ্যিক আৰক্ষীৰ জোৱানকে…
Read More
কোকা-কোলা ইণ্ডিয়াই ইনছুৱাৰ মানৱ সম্পদৰ উপাধ্যক্ষ ৰূপে নিযুক্তি দিলে আইৰিন টানক

কোকা-কোলা ইণ্ডিয়াই ইনছুৱাৰ মানৱ সম্পদৰ উপাধ্যক্ষ ৰূপে নিযুক্তি দিলে আইৰিন টানক

কোকা-কোলা ইণ্ডিয়াই আইৰিন টানক ভাৰত আৰু দক্ষিণ-পশ্চিম এছিয়াৰ মানৱ সম্পদ বিভাগৰ উপাধ্যক্ষ হিচাপে নিযুক্তি প্ৰদানৰ কথা ঘোষণা কৰিছে। এই নতুন ভূমিকাত আইৰিনে ভাৰত আৰু দক্ষিণ-পশ্চিম এছিয়াত কোম্পানীটোৰ বাবে ভৱিষ্যতৰ বাবে সাজু প্ৰতিভা, প্ৰদৰ্শন বৃদ্ধিৰ বাবে কৰ্মক্ষমতা সক্ষম কৰা আৰু কৰ্মচাৰীৰ বিকাশক আগুৱাই নি ইনছুৱাৰ বৃদ্ধি ত্বৰান্বিত কৰিব। ২০১২ চনত এছিয়া পেচিফিক গ্ৰুপৰ টেলেণ্ট ছ’ৰ্চিং কনচালটেণ্ট হিচাপে কোম্পানীটোত যোগদান কৰিছিল আইৰিনে। গ্ৰেটাৰ চাইনা এণ্ড কোৰিয়াৰ মুখ্য প্ৰতিভা আহৰণ অংশীদাৰ হৈ ছাংহাইতো কাৰ্যভাৰ চম্ভালিছিল। পৰিচালনা প্ৰশিক্ষাৰ্থীসকলৰ বাবে কেম্পাছ নিযুক্তি আৰম্ভ কৰিছিল, লিংগ আৰু প্ৰজন্মগত বৈচিত্ৰ্যতাক আগুৱাই নিছিল। উল্লেখ্য যে, ২০১৫ চনত ছিংগাপুৰত কাৰ্যবাহী নিযুক্তি সঞ্চালক হিচাপে নিযুক্ত হয় আৰু বটলিং ইনভেষ্টমেণ্ট গ্ৰুপ(বিআইজি)কে…
Read More
হিমানী বেষ্ট চয়ছ ৰিফাইণ্ড চয়াবিন অইলৰ এক সম্পূৰ্ণ নতুন পেকে

হিমানী বেষ্ট চয়ছ ৰিফাইণ্ড চয়াবিন অইলৰ এক সম্পূৰ্ণ নতুন পেকে

ইমামি এগ্ৰ’টেক লিমিটেডে প্ৰস্তুত কৰা আৰু বিক্ৰী কৰা খোৱা তেলৰ জনপ্ৰিয় ৰেঞ্জৰ ব্ৰেণ্ড হিমানী বেষ্ট চয়চে এক সম্পূৰ্ণ নতুন পেক ডিজাইনৰ সৈতে পুনৰ মুকলি কৰিছে ইয়াৰ ৰিফাইণ্ড চয়াবিন অইলৰ প্ৰকাৰ।এই মুকলি সন্দৰ্ভত ভাষণ দি ইমামি এগ্ৰ’টেক লিমিটেডৰ বিপণন বিভাগৰ অধ্যক্ষ শ্ৰী দেৱাশীষ ভট্টাচাৰ্যই কয়, “গতিশীল আৰু প্ৰাসংগিক হৈ থাকিবলৈ প্ৰতিটো সফল ব্ৰেণ্ডৰ বিকাশৰ প্ৰয়োজন হয়। গ্ৰাহকৰ পৰিৱৰ্তিত পছন্দ পূৰণ কৰিবলৈ এটা ব্ৰেণ্ডৰ বাবে সঠিক সংযোগ বিচাৰি উলিওৱা আৰু সেই অনুসৰি বিকশিত হোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ। সেয়েহে গ্ৰাহকক  আমি এটা ক্ৰমবৰ্ধমান আৰু প্ৰগতিশীল ব্ৰেণ্ড হিচাপে সতেজ দৃষ্টিভংগী আগবঢ়াব পৰাকৈ আমাৰ ব্ৰেণ্ড হিমানী বেষ্ট চয়চ ৰিফাইনড চয়াবিন অইলৰ এটা স্মাৰ্ট, সমসাময়িক ৰূপ প্ৰৱৰ্তন…
Read More
বিভিন্ন পটভূমিৰ চেম্পিয়নসকলক লৈ উল্লেখনীয় কাহিনীৰ সংকলন উপস্থাপন কৰিছে ২০২৩ চনৰ লিমকা বুক অৱ ৰেকৰ্ডছে

বিভিন্ন পটভূমিৰ চেম্পিয়নসকলক লৈ উল্লেখনীয় কাহিনীৰ সংকলন উপস্থাপন কৰিছে ২০২৩ চনৰ লিমকা বুক অৱ ৰেকৰ্ডছে

২০২৩ৰ লিমকা বুক অৱ ৰেকৰ্ডছত বিশেষ ‘ৰুকমট’ সংস্কৰণৰ জৰিয়তে স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰি বিভিন্ন পটভূমিৰ চেম্পিয়নৰ উল্লেখনীয় কাহিনীসমূহ প্ৰদৰ্শন কৰা হৈছে। এই অভিলেখ সৃষ্টি কৰা লোকসকলে পৰিৱেশ সংৰক্ষণ, দুঃসাহসিক ক্ৰীড়া আৰু বৃহৎ পৰিসৰৰ নিৰ্মাণৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। সেয়া লাগিলে ৰাধা শংকৰনাৰায়ণৰ মণ্ডল শিল্পকৰ্ম হওক অথবা নীৰজ চোপ্ৰাই হওঁক। কিতাপখনে তেওঁলোকৰ অটল দৃঢ়তা, অধ্যৱসায় আৰু বিজয়ৰ দুৰ্বাৰ আকাংক্ষাক প্ৰদৰ্শন কৰিছে। ২০২২ চনৰ ক্ৰীড়াক্ষেত্ৰত আকৰ্ষণীয় আৰু অনুপ্ৰেৰণাদায়ক কৃতিত্বৰ তালিকাৰ ভিতৰত কিছুমান উল্লেখযোগ্য অভিলেখৰ ওপৰত অধিক দৃষ্টি নিক্ষেপ কৰা হৈছে – ভাৰতৰ যুৱ শ্বাৰ্পশ্বুটিং চেম্পিয়ন ৰুদ্ৰাংক্ষ পাটিল, যিজনে ইজিপ্তৰ কাইৰোত পুৰুষৰ এয়াৰ ৰাইফলত বিশ্ব চেম্পিয়ন হৈছিল। ১০৫ বছৰ বয়সীয়া ৰামভাই…
Read More
ভাৰতত অল-নিউ ভেলফায়াৰ মুকলিৰ কথা ঘোষণা কৰিছে টিকেএমে

ভাৰতত অল-নিউ ভেলফায়াৰ মুকলিৰ কথা ঘোষণা কৰিছে টিকেএমে

টয়োটা কিৰ্লোস্কাৰ মটৰে (টিকেএম) বহু প্ৰত্যাশিত অল-নিউ ভেলফায়াৰ মুকলি কৰিছে। অল-নিউ ভেলফায়াৰ হৈছে এক বিলাসী ছেল্ফ-চাৰ্জিং শক্তিশালী হাইব্ৰিড বৈদ্যুতিক মাষ্টাৰপিছ, যিয়ে ভাৰতীয় অটোমোটিভ লেণ্ডস্কেপত সুন্দৰতা, আৰাম আৰু প্ৰদৰ্শনৰ সাৰমৰ্মক পুনৰ সংজ্ঞায়িত কৰিছে। ব্যতিক্ৰমী আৰাম, পৰিশোধিত গতিশীলতা আৰু গতিশীল দক্ষতা প্ৰদান কৰে অল-নিউ ভেলফায়াৰে। লগতে স্বজ্ঞাত প্ৰযুক্তি আৰু চিন্তাশীল সুবিধাৰ সৈতে ড্ৰাইভিং অভিজ্ঞতাক উন্নীত কৰি প্ৰতিটো যাত্ৰাতে সুবিধা আৰু সমৃদ্ধি প্ৰদৰ্শন কৰে। অল-নিউ ভেলফায়াৰ হৈছে ভাৰতৰ এক বিলাসী টয়োটা মডেল। যিয়ে দুটা গ্ৰেডত আড়ম্বৰ আৰু সুন্দৰভাৱে পৰিশোধন আগবঢ়ায়: ‘হাই গ্ৰেড’ আৰু ‘ভিআইপি গ্ৰেড – এক্সিকিউটিভ লাউঞ্জ’। ই বিশালতা, ২য় শাৰীত মাছাজ ছীট আৰু সহজ নেভিগেচনৰ বাবে ব্যৱহাৰকাৰী-অনুকূল ইণ্টাৰফেচ প্ৰদান কৰে। ইয়াৰ…
Read More
এচিলোৰ® ৰ নতুন ব্ৰেণ্ড এম্বেছাদৰ ক্ৰিকেটাৰ বিৰাট কোহলি

এচিলোৰ® ৰ নতুন ব্ৰেণ্ড এম্বেছাদৰ ক্ৰিকেটাৰ বিৰাট কোহলি

সমগ্ৰ পৃথিৱীৰ প্ৰেছক্ৰিপচন লেন্সৰ ক্ষেত্ৰত আগশাৰীৰ ব্ৰেণ্ড এচিলোৰে® ভাৰতৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে ঘোষণা কৰিছে কিংবদন্তি ক্ৰিকেটাৰ তথা গোলকীয় ক্ৰীড়া তাৰকা বিৰাট কোহলিক। এচিলোৰ®  হৈছে চকুৰ লেন্স উদ্যোগৰ আগশাৰীৰ প্ৰতিষ্ঠান। এচিলোৰে® বিশ্বব্যাপী গ্ৰাহকৰ প্ৰয়োজনীয়তা আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ সৈতে মোকাবিলা কৰিবলৈ এক কৌশলগত অংশীদাৰীত্ব গঢ়ি তুলিছে। জীৱন্ত কিংবদন্তি আৰু কোটি কোটি লোকৰ বাবে আদৰ্শ বিৰাট কোহলিয়ে ব্যতিক্ৰমী প্ৰদৰ্শনৰ মানদণ্ড আৰু কৰ্মনীতিৰে ক্ৰিকেট জগতৰ শীৰ্ষত আছে, ২০০৮ চনত ভাৰতৰ ১৯ বছৰ অনুৰ্ধ্ব দলক বিশ্বকাপ জয়ৰ দিশত বিশেষ অৰিহণা আগবঢ়োৱা দিনৰ পৰা প্ৰতিদিনে নিজৰ ক্ৰীড়ানৈপুণ্য অব্যাহত ৰাখিছে। এচিলোৰ®ৰ সৈতে নিজৰ নতুন ইনিংছৰ বিষয়ে উল্লেখ কৰি বিৰাট কোহলিয়ে কয় যে, "এচিলোৰৰ ব্ৰেণ্ড এম্বেছাদৰ হোৱাৰ লগে…
Read More
মোবাইল হেল্থকেয়াৰ মুকলিৰ বাবে হেল্পএজ ইণ্ডিয়াৰ সৈতে সহযোগিতা পিএণ্ডজি হেল্থৰ

মোবাইল হেল্থকেয়াৰ মুকলিৰ বাবে হেল্পএজ ইণ্ডিয়াৰ সৈতে সহযোগিতা পিএণ্ডজি হেল্থৰ

ভাৰত হৈছে প্ৰায় ১০০ মিলিয়ন জ্যেষ্ঠ নাগৰিকৰ বাসস্থান, কিন্তু দুৰ্ভাগ্যজনকভাৱে সকলোৰে সুলভ মূল্যৰ স্বাস্থ্যসেৱাৰ সুবিধা নাই। এই অভাৱ পূৰণ কৰাৰ প্ৰয়োজনীয়তাৰ দ্বাৰা অনুপ্ৰাণিত হৈ ভাৰতত বিগত ৪৫ বছৰ ধৰি বয়সীয়াল লোক আৰু প্ৰাপ্তবয়স্কৰ বাবে কাম কৰা আগশাৰীৰ দাতব্য সংস্থা পি এণ্ড জি হেল্থ আৰু হেল্পএজ ইণ্ডিয়াই ‘বৃদ্ধসকলৰ বাবে স্বাস্থ্যৰ উপহাৰ’ নামৰ এক মোবাইল হেল্থকেয়াৰ ইউনিট (এমএইচইউ) আৰম্ভ কৰি গুৱাহাটীলৈ সেৱা সম্প্ৰসাৰণ কৰিছে। এই কাৰ্যসূচীয়ে গুৱাহাটীৰ আশে-পাশে থকা দূৰৱৰ্তী অঞ্চলৰ বঞ্চিত বৃদ্ধ লোকসকলক বহনক্ষম স্বাস্থ্যসেৱাৰ সমাধান আৰু জৰুৰীকালীন সাহায্য প্ৰদান কৰাত সহায় কৰিব। এম এইচ ইউয়ে কেৱল বিনামূলীয়া চিকিৎসা, ঔষধ আৰু বিস্তৃত পৰামৰ্শ প্ৰদান কৰাই নহয়, বৃদ্ধ লোকসকলৰ বাবে চিকিৎসালয়ৰ দীঘলীয়া…
Read More
জনজাতীয় উদ্যোগক শক্তিশালী কৰিবলৈ ঝাৰখণ্ডত একত্ৰিত হৈছে এনএছডিচি আৰু আইআইএম ৰাঁচী

জনজাতীয় উদ্যোগক শক্তিশালী কৰিবলৈ ঝাৰখণ্ডত একত্ৰিত হৈছে এনএছডিচি আৰু আইআইএম ৰাঁচী

বহনক্ষম আৰ্থ-সামাজিক উন্নয়ন আৰু জনজাতীয় সম্প্ৰদায়ৰ ইতিবাচক পৰিৱৰ্তনৰ পোষকতাৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰি স্কিল ইণ্ডিয়া অভিযানৰ কৌশলগত ৰূপায়ণ আৰু জ্ঞানৰ অংশীদাৰ ৰাষ্ট্ৰীয় দক্ষতা উন্নয়ন নিগম (এনএছডিচি) আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট ৰাঁচী (আই আই এম-আৰ)য়ে নিজ নিজ পৰিসীমাৰ ভিতৰত দক্ষতা-আধাৰিত হস্তক্ষেপৰ জৰিয়তে জনজাতি অঞ্চলসমূহৰ বাবে জীৱিকাৰ সুযোগ প্ৰৱৰ্তন আৰু তৃণমূল পৰ্যায়ত সাধাৰণ মানুহৰ সামগ্ৰিক উন্নয়নক প্ৰসাৰিত কৰাৰ বাবে সহযোগিতা আগবঢ়াইছে। আইআইএম ৰাঁচীৰ ইণ্টাৰ্নশ্বিপ কাৰ্যসূচীয়ে ছিংগী দাই ভান বিজ্ঞান কেন্দ্ৰত সামাজিক প্ৰকল্প আৰু পৰিকল্পনাৰ বাবে ৮০ জন ইণ্টাৰ্নক নিৰ্বাচিত কৰে। এই কাৰ্যসূচীত ঔষধি উদ্ভিদ, উদ্যান শস্য আৰু সুগন্ধি অত্যাৱশ্যকীয় তেলৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, লগতে স্থানীয় সম্পদ আৰু সংস্কৃতিৰ…
Read More
নিছানৰ ইভি বিক্ৰীয়ে অৰ্জন কৰিছে বিশ্বব্যাপী ১ মিলিয়ন ইউনিটৰ মাইলষ্টন

নিছানৰ ইভি বিক্ৰীয়ে অৰ্জন কৰিছে বিশ্বব্যাপী ১ মিলিয়ন ইউনিটৰ মাইলষ্টন

বিশ্বব্যাপী বৈদ্যুতিক বাহনৰ বিক্ৰীয়ে ১ মিলিয়ন ইউনিটৰ মাইলৰ খুঁটি অতিক্ৰম কৰাৰ কথা ঘোষণা কৰিছে নিছান মটৰ কোম্পানী লিমিটেডে । ২০১০ চনৰ ডিচেম্বৰ মাহত মুকলিৰ পিছৰে পৰা নিছান লিফে সমগ্ৰ পৃথিৱীত ৬৫০,০০০কৈ অধিক ইউনিট বিক্ৰী কৰিছে। বৰ্তমান জাপান, আমেৰিকা আৰু ইউৰোপক কেন্দ্ৰ কৰি প্ৰায় ৫০খন বজাৰত বিক্ৰী অব্যাহত ৰখা এই মডেলে বিশ্বৰ গ্ৰাহকৰ দ্বাৰা উচ্চ মূল্যায়ন লাভ ৰাখিছে আৰু একাধিক বজাৰত যথেষ্ট সংখ্যক সন্মানীয় বঁটা লাভ কৰিছে। ২০২২ চনত নিছান আৰিয়া অল-ইলেক্ট্ৰিক ক্ৰছঅভাৰ মুকলি কৰিছিল নিছানে। য’ত ই-৪অ'আৰচিই অল-হুইল কণ্ট্ৰ’ল আৰু প্ৰ’পাইল’ট২.০ ৰিভাৰ ছাপ’ৰ্টৰ দৰে অত্যাধুনিক প্ৰযুক্তিৰ সুবিধা আছে। এই উন্নত ডিজাইনে জাপানত অটো কালাৰ এৱাৰ্ড ২০২১ গ্ৰেণ্ড প্ৰিক্স আৰু জাৰ্মানীত…
Read More
গান্ধীনগৰত মহিলা সশক্তিকৰণ সম্বন্ধীয় জি-২০ মন্ত্ৰী সন্মিলন আৰম্ভ

গান্ধীনগৰত মহিলা সশক্তিকৰণ সম্বন্ধীয় জি-২০ মন্ত্ৰী সন্মিলন আৰম্ভ

ভাৰতৰ জি-২০ অধ্যক্ষতাৰ অধীনত ০২ – ০৩ আগষ্টৰ পৰা গুজৰাটৰ ৰাজধানী চহৰ গান্ধীনগৰত মহিলা সবলীকৰণৰ মন্ত্ৰী পৰ্যায়ৰ সন্মিলনৰ আহ্বান কৰা হৈছে। মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে এই তিনিদিনীয়া বৈঠক। জি-২০ৰ সদস্য দেশ, আমন্ত্ৰিত দেশৰ সদস্য, বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ ১৫০ জনতকৈ অধিক প্ৰতিনিধিয়ে এই মন্ত্ৰী সন্মিলনত অংশগ্ৰহণ কৰিছে। উদ্বোধনী অধিৱেশনত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ মহেন্দ্ৰ মুঞ্জপাৰা আৰু ভাৰতৰ জি-২০ৰ মুখ্য সমন্বয়ক হৰ্ষবৰ্ধন শ্ৰিংলাও উপস্থিত থাকে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক বিশেষ ভিডিঅ' বাৰ্তাৰ এই ৩ দিনীয়া মন্ত্ৰী সন্মিলনৰ শুভাৰম্ভণি হয়। প্ৰতিনিধিসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, "যেতিয়া…
Read More