08
Nov
টেকো বেল ইণ্ডিয়াই মাত্ৰ 69* টকাতে এতিয়া সুস্বাদু আৰু আনন্দদায়ক "ক্ৰেভ এণ্ড ছেভ" মেনু আগবঢ়াইছে, য'ত উপলব্ধ হৈছে ছবিধ মেক্সিকান-অনুপ্ৰাণিত খাদ্য। এই ভেল্যু-ফৰ-মেনুত তিনিবিধ নিৰামিষ বিকল্প আছে, য'ত আছে ক্ৰিস্পি পটেটো টেকো, ক্ৰিস্পি পটেটো ৰেপ আৰু চীজ কুৱেছাডিলা, যিবোৰ এতিয়া 69 টকাৰ পৰাই লাভ কৰিব। আমিষ ভোজীসকলৰ বাবেও আছে তিনিটা বিকল্প: ক্ৰিস্পি চিকেন টেকো, ক্ৰিস্পি চিকেন ৰেপ আৰু চিজি চিকেন কুৱেছাডিলা, যাৰ মূল্য 99 টকা। এই মেনুখন মুকলি কৰিবলৈ টেকো বেল ইণ্ডিয়াই সামাজিক মাধ্যমৰ প্লেটফৰ্মবোৰত ১০ ছেকেণ্ডৰ এটা সামগ্ৰী সৃষ্টিশীল ভিডিঅ' প্ৰস্তুত কৰি ডিজিটেল প্ৰচাৰ আৰম্ভ কৰিব। মেনুখনৰ উদ্দেশ্য হৈছে প্ৰতিবাৰৰ আহাৰকে যাতে এক স্মৰণীয় অভিজ্ঞতা প্ৰদান কৰিব পাৰে। গ্ৰাহকসকলে…
