ডুমডুমা আৰক্ষীৰ কঠোৰ পদক্ষেপ

ডুমডুমাত প্ৰা‌য় ২০জনীয়া প্ৰতিবাদকাৰীক আটক ডুমডুমা আৰক্ষীৰ।

দুলীয়াজান ঘটনাত সন্দৰ্ভত ডুমডুমাত প্ৰতিবাদ সাব্যস্ত কৰিছিল কেইবাটাও সংগঠনে।

বীৰ লাচিত সেনা, আদিবাসী ছাত্ৰ সন্থা, গৰিয়া-মৰিয়া দেশীয় জাতীয় পৰিষদৰ এই প্ৰতিবাদ।

প্ৰায় ২০জনকৈ প্ৰতিবাদকাৰীক আটক কৰি ডুমডুমা থানালৈ নিয়ে আৰক্ষীয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *