উৎকোচ লোৱাৰ অপৰাধত হাতে-লোটে ধৰা পৰিল শিক্ষা বিষয়া

এইবাৰ উৎকোচ লোৱাৰ অপৰাধত হাতে-লোটে ধৰা পৰিল শিক্ষা বিষয়া।

পেঞ্চনৰ কামৰ বাবে উৎকোচ বিচাৰিছিল নগাঁও জিলাৰ লাওখোৱা ব্লকৰ প্ৰাথমিক শিক্ষা বিষয়া মেহবুব আহমেদ লস্কৰে।

দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে গ্ৰেপ্তাৰ কৰিছে লাওখোৱা ব্লকৰ প্ৰাথমিক শিক্ষা বিষয়া (BEEO)মেহবুব আহমেদ লস্কৰক।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *