বিপদত অনিল আম্বানী

২৬ ফেব্ৰুৱাৰীত জেৰাৰ বাবে ই ডিৰ কাৰ্যালয়ত হাজিৰ হ’ব লাগিব অনিল আম্বানী । ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ অনিল আম্বানীয়ে এই সপ্তাহত জবানবন্দী দিয়াৰ পৰা বিৰত থকাৰ পিছত এইবাৰ নতুনকৈ চমন জাৰি কৰিছে ই ডিয়ে । চৰকাৰী সূত্ৰত এই কথা প্ৰকাশ । তেওঁৰ পত্নী তথা পূৰ্বৰ অভিনেত্ৰী টিনা আম্বানীয়েও ইয়াৰ পূৰ্বে দুবাৰকৈ স্থগিতাদেশ বিচাৰিছে আৰু ১০ ফেব্ৰুৱাৰী আৰু ১৭ ফেব্ৰুৱাৰীৰ নিৰ্ধাৰিত তাৰিখত ই ডিৰ সন্মুখত তেওঁ হাজিৰ হোৱা নাই ।ই ডিয়ে পূৰ্বে এক বিবৃতিত দাবী কৰিছিল যে ২০২৩ চনত আৰ কমৰ কৰ্প’ৰেট ইনছলভেন্সী ৰিজ’লিউচন প্ৰচেছ (চি আই আৰ পি)ৰ সময়ত গাৰ্গে নিউয়ৰ্কৰ এই সম্পত্তি ‘প্ৰৱঞ্চনামূলকভাৱে’ বিক্ৰী কৰিছিল ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *