AMCHৰ কনিষ্ঠ চিকিৎসক ডাঃ সৰিতা তচনিৱাল হত্যাকাণ্ডৰ অভিযুক্ত ৱাৰ্ড বয় কিৰো মেচক যাৱজ্জীৱন কাৰাদণ্ড ডিব্ৰুগড় জিলা আৰু সত্ৰ ন্যায়ধীশৰ আদালতৰ। আজি সত্ৰ ন্যায়ধীশ আদালতত অনুষ্ঠিত হোৱা অন্তিমখন শুনানিত আদালতে কিৰো মেচক IPC 302 ধাৰাৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়।
