ADREৰ লিখিত পৰীক্ষাৰ ফলাফলৰ পিছতে মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য।

‘চলিত বৰ্ষৰ মে’ মাহত অনুষ্ঠিত হ’ব মৌখিক পৰীক্ষা’।
‘কাট অৱ মাৰ্ক চৰকাৰে নিৰ্ধাৰণ কৰা বস্তু নহয়’।

‘মেৰিটৰ ওপৰত নিৰ্ভৰ কৰে এটা বিষয়ৰ কাট অৱ মাৰ্ক’।
‘মৌখিক পৰীক্ষাৰ পিছতে নিযুক্তি দিয়া হ’ব উত্তীৰ্ণ পৰীক্ষাৰ্থীক’।