মহিলা এছিয়া কাপৰ খিতাপ দখল ভাৰতৰ

শ্ৰীলংকাক ৭২ ৰাণত পৰাস্ত কৰি অষ্টমবাৰলৈ মহিলা এছিয়া কাপৰ খিতাপ দখল ভাৰতৰ।ডুবাইত দেওবাৰে ডিফেণ্ডিং চেম্পিয়ন শ্ৰীলংকাক ৭২ ৰাণত পৰাস্ত কৰি অভিলেখসংখ্যক অষ্টমবাৰৰ বাবে মহিলা এছিয়া কাপৰ খিতাপ দখল কৰে ।
খেলখনত শ্বেফালী বাৰ্মা আৰু উপ-অধিনায়ক স্মৃতি মান্ধনাই উজ্জ্বল অৰ্ধশতক অৰ্জন কৰে । ইয়াৰ পাছতে শ্ৰীচৰণী আৰু দীপ্তি শৰ্মাই চমৎকাৰী বলিং কৰি দলটোক জয়ৰ দিশে আগুৱাই লৈ যায় ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *