দীৰ্ঘসময় প্ৰধানমন্ত্ৰী হৈ ইতিহাস গঢ়িলে নৰেন্দ্ৰ মোদী
ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আজি এক ঐতিহাসিক মাইলষ্টোন স্পৰ্শ কৰি দেশৰ আটাইতকৈ দীৰ্ঘসময় ধৰি নিৰ্বাচিত হৈ একেৰাহে দায়িত্ব পালন কৰা প্ৰধানমন্ত্ৰী হিচাপে নতুন অভিলেখ গঢ়িলে। মোদীয়ে ৪,৩৯৯ দিনৰ কাৰ্যকাল সম্পূৰ্ণ কৰি পূৰ্বৰ অভিলেখধাৰী জৱাহৰলাল নেহেৰুক অতিক্ৰম কৰিছে।
প্ৰধানমন্ত্ৰী মোদীয়ে প তেওঁৰ এই অভিলেখক কেন্দ্ৰ কৰি বিভিন্ন দেশৰ নেতাসকলৰ লগতে ৰাজনৈতিক মহলত অভিনন্দনৰ জোৱাৰ দেখা গৈছে।
ভাৰতৰ সৰ্বাধিক দীৰ্ঘসময় দায়িত্ব পালন কৰা প্ৰধানমন্ত্ৰী—
নৰেন্দ্ৰ মোডী — ৪,৩৯৯ দিন
জৱাহৰলাল নেহেৰু — ৪,৩১৮+ দিন
ইণ্ডিৰা গান্ধী — ৪,০৭৭ দিন
মন মোহন সিং— ৩,৬৫৬ দিন
ৰাজীৱ গান্ধী— ১,৮৫৮ দিন
এই সফলতাই ভাৰতীয় ৰাজনীতিত নৰেন্দ্ৰ মোদীৰ দীঘলীয়া আৰু প্ৰভাৱশালী নেতৃত্বৰ এক নতুন অধ্যায় ৰচনা কৰিলে।
