ব্ৰহ্মপুত্ৰ ঘাটত নাও ডুবি সন্ধানহীন ১৯ জন

মৰিগাঁওৰ মৈৰাবাৰীত শোকাৱহ ঘটনা! ব্ৰহ্মপুত্ৰ ঘাটত নাও ডুবি সন্ধানহীন ১৯ জন।

NDRF বাহিনী,আৰক্ষী, ৰাইজৰ অভিযানত উদ্ধাৰ কাৰ্য।

১৬ জনক জীৱন্তে উদ্ধাৰ।
তিনিজন সন্ধানহীন।

সন্ধানহীন লোক তিনিজন ক্ৰমে: ৱাহেদ আলি, আইনুল হক আৰু মোবাচিৰ আলম। ছাত্ৰ মোবাচিৰ আলমৰ বয়স ১৪ বছৰ।

NDRF বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *