মধ্য প্রাচ্যৰ যুদ্ধত ভাৰতীয়ৰ মৃত্যু।
ওমানত ইৰাণৰ আক্ৰমণত মৃত্যু ভাৰতীয় নাগৰিকৰ।
মস্কটৰ তৈলখাদত কৰ্মৰত আছিল ভাৰতীয়জন।
তেল পৰিবাহী জাহাজৰ নাবিকৰূপে কৰ্মৰত আছিল।
আক্রমণত চূর্ণ-বিচূর্ণ MKD VYOM নামৰ জাহাজখন।
ইৰাণৰ আক্ৰমণত মৃত্যু ভাৰতীয় নাগৰিকৰ