নিশা হাজোৰ কৈৱৰ্তটোলাৰ শ্ৰীশ্ৰী দামোদৰ দেৱ নামঘৰত চোৰে চলালে লুটপাত। নামঘৰৰ পিছফালৰ দুৱাৰ ভাঙি চোৰে লুটি নিলে হাজাৰ হাজাৰ মূল্যৰ সা-সামগ্ৰী।
নামঘৰটোৰ প্ৰণামী বাকচৰ নগদ ধনো লুটি লৈ যায় চোৰে।
ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
উল্লেখ্য যে, হাজোত প্ৰতিদিনে সংঘটিত হৈ অহা চুৰিকাণ্ডই এতিয়া উদ্বিগ্ন কৰি তুলিছে হাজোবাসীক।
নামঘৰত চোৰে চলালে লুটপাত
