১৫ আগষ্টৰ দিনটোত সৰ্বাত্মক বন্ধ ঘোষণা

স্বাধীনতা দিৱসৰ পূৰ্বে আলফা(স্বা)য়ে এক প্ৰেছ বিবৃতি জাৰি কৰে। য’ত তেওঁলোকে স্বাধীনতা দিৱসৰ বিৰোধিতা কৰাৰ লগতে ১৫ আগষ্টৰ দিনটোত সৰ্বাত্মক বন্ধ ঘোষণা কৰে।সংগঠনটোৱে দাবী কৰে যে, দক্ষিণ পূৱ এছিয়া অঞ্চলৰ থলগিৰি জনগণক প্ৰতাৰণা, লাঞ্ছনা-বঞ্চনা, দমন-উৎপীড়নৰ বাহিৰে আন একোকেই দিয়া নাই। এই বিবৃতি এন এছ চি এন/জি পি আৰ এন আৰু আলফা (স্বা)য়ে যৌথভাৱে জাৰি কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *