বাংলাদেশত বিমান দু*ৰ্ঘটনা

সোমবাৰে বাংলাদেশ বায়ুসেনাৰ এখন FT-7BGI যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। উৰণৰ কিছু সময়ৰ পিছতে ঢাকাৰ এখন কলেজ বিল্ডিঙৰ ওপৰত বিমানখন খহি পৰে। এই দুৰ্ঘটনাত পাইলটজনৰ মৃত্যু হয়, ইয়াৰ বাহিৰেও বহু ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ আশংকা কৰা হৈছে। এই দুৰ্ঘটনা কেনেকৈ সংঘটিত হয় সেই সন্দৰ্ভত এতিয়াও কোনো তথ্য লাভ কৰা হোৱা নাই। কোৱা হৈছে যে দুৰ্ঘটনাগ্ৰস্ত যুদ্ধ বিমানখন চীনত নিৰ্মিত। ইতিমধ্যে উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে।উৰণৰ কিছু সময়ৰ পিছতে ঢাকাৰ এখন কলেজ বিল্ডিঙৰ ওপৰত বিমানখন খহি পৰে। এই দুৰ্ঘটনাত পাইলটজনৰ মৃত্যু হয়, ইয়াৰ বাহিৰেও বহু ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ আশংকা কৰা হৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *