ৰাজ্যত বানৰ সংহাৰী ৰূপ

জোনাইৰ ৰামধন দিখাৰি গাঁও পঞ্চায়তৰ ১ নং, ২ নং, ৩ নং জামুগুৰিকে ধৰি ১ আৰু ২ নং উলুৱনী, লংকা আদি প্ৰায় ২০ খনৰো অধিক গাঁও দিখাৰি নৈৰ বানত জলমগ্ন হৈ পৰিছে। বাট-পথ, বাসস্থানকে ধৰি ৰাইজৰ কৃষিভুমি এতিয়া পৰিছে বানৰ কৱলত। বানপীড়িতৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *