বৰক্ষেত্ৰীত নাওঁ দু*ৰ্ঘটনা

বৰক্ষেত্রীৰ ব্রহ্মপুত্র নৈত নাও দুৰ্ঘটনা। পেৰাধৰা পাৰঘাটৰ পৰা লাৰকুচি অভিমুখী আছিল নাওখন। নাওখনত আছিল স্কুলীয়া ছাত্র-ছাত্রীসহ বহুকেইগৰাকী লোক।নাওখনত আছিল স্কুলীয়া ছাত্র-ছাত্রীসহ বহুকেইগৰাকী লোক।
দুৰ্ঘটনাত কেইবাগৰাকী ছাত্র-ছাত্রী সন্ধানহীন।
স্থানীয় লোক আৰু SDRFৰ উদ্ধাৰ অভিযান আৰম্ভ।
সন্ধানহীন উদীয়মান জাতীয় বিদ্যালয়ৰ ৩য় শ্রেণীৰ আৰিয়ান আলী।
ৰামপুৰ জনতা হাইস্কুলৰ নৱম শ্রেণীৰ ছাত্র মাজিদুল ইছলাম।
সন্ধানহীন পেৰাধৰা হাস্পতালৰ ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী আব্দুল গফুৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *