ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ চিণ্ডিকেট। লামডিঙত সঘনাই সংঘটিত হৈ আহিছে গৰুচুৰি কাণ্ড। দুদিন পূৰ্বে লামডিং খিষ্টিয়ান বস্তিত চুৰি হৈছিল দুজনী গাইগৰু।স্বপন মালি নামৰ লোকজনৰ গোহালিৰ পৰা চুৰি হৈছিল গৰু
লামডিং আৰক্ষী থানত এজেহাৰ দাখিল কৰিছে লোকজনে।
বৰ্তমানেও উদ্ধাৰ হোৱা নাই চুৰি হোৱা গৰুৰ।
৩ গৰু চোৰক সন্দেহ কৰিছে গৰুৰ মালিকে।
অসম আৰক্ষীৰ বৃহৎ সাফল্য
