পকা কলৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হব আপুনিও

পকা কলৰ উপকাৰিতাৰ কথা সকলোৱে জানে। কলত পোৱা সকলো পুষ্টিকৰ উপাদানৰ বিষয়ে জানেনে? কলত বহু পৰিমাণৰ কাৰ্বহাইড্ৰেট, ভিটামিন এ, ভিটামিন চি, ভিটামিন বি-৬, আইৰণ, ফছফৰাছ, কেলচিয়াম, মেগনেছিয়াম, জিংক, ছডিয়াম আৰু পটাছিয়াম আদি উপাদান থাকে ৷ এই কল সঠিক পৰিমাণত আৰু সঠিকভাৱে খালে স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷ পেটৰ লগত জড়িত সমস্যাবোৰ দূৰ হয় লগতে কলত থকা মৌলবোৰে আন্ত্ৰিক স্বাস্থ্য বহু পৰিমাণে উন্নত কৰিব পাৰে ৷কল সঠিক পৰিমাণত খালে স্বাস্থ্যৰ বাবে ই আমাৰ বাবে যথেষ্ট উপকাৰী হ’ব পাৰে, পেটৰ লগত জড়িত সমস্যাবোৰ দূৰ হয় জানো আহক ইয়াক দৈনিক খোৱাৰ উপকাৰিতা-কলৰ অনান্য উপকাৰিতা——
১) কল হাতেৰে পিটিকি শৰীৰত লেপন দি গা ধুলে অংগবিলাকৰ ছালৰ সৌন্দৰ্য্য অটুত থাকে ।

২) কাহ – কফত তেজ ওলালে কল খাব পাৰে। এনে ক্ষেত্ৰত কলৰ উপকাৰিতা দেখা যায়।

৩) কল পিহি জলফাই তেল মিলাই সর্বাংগত মালিচ কৰিলে ত্বক কোমল হয় আৰু ছালত থকা দাগ নোহোৱা হয় ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *