কোটি টকাৰ ড্ৰাগছ জব্দ

41

ডিফুত প্ৰায় ২ কোটি টকাৰ ড্ৰাগছ জব্দ।

কাৰ্বি আংলং আৰক্ষীৰ জালত ২ সৰবৰাহকাৰী।

ধনশিৰি উপ-আৰক্ষী চকীৰ তালাচীত জব্দ ড্ৰাগছখিনি।

জানিব পৰা মতে মণিপুৰৰ সৰবৰাহ কৰা হৈছিল ড্ৰাগছখিনি।