পুনৰ এনকাউণ্টাৰৰ ঘটনা

45

ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা। এইবাৰ অবৈধ গো মাংসৰ দোকানীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। ডবকাত আৰক্ষীৰ এনকাউণ্টাৰত আহত হয় এজন মাংস দোকানী। গুলীবিদ্ধ লোকজনৰ নাম জাকিৰ হুছেইন। লগতে আৰক্ষীয়ে আটক কৰে ৮জন দোকানীক। আৰক্ষীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিবলৈ লওঁতেই গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী।