মণিপুৰত পুনৰ হিংসাত্মক ঘটনা

57

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা৷

গৃহ মন্ত্ৰণালয়ৰ বৈঠকৰ ২৪ ঘণ্টা নৌহওতেই পুনৰ উত্তপ্ত মণিপুৰ৷

কুকি লোকে জ্বলাই ভস্মীভূত কৰিলে মেইটেই লোকৰ এখন বাছ৷

কাংপক্পি চহৰৰ মাজমজিয়াত নিশা সংঘটিত এই ঘটনা৷