সাংসদ, বিধায়কৰ ছোৱালীয়ে নাপাব ‘নিযুত মইনা আঁচনি’ৰ সুবিধা

24

সাংসদ, বিধায়কৰ ছোৱালীয়ে নাপাব ‘নিযুত মইনা আঁচনি’ৰ সুবিধা।

ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত মাচুল দি পঢ়া ছাত্ৰীয়েও নাপাব এই সুবিধা।

কেবিনেট বৈঠকৰ অন্তত সংবাদমেলত এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

স্নাতকোত্তৰ পৰ্যায়ৰ বাদে স্নাতক আৰু দশম উত্তীৰ্ণ ছাত্ৰীৰ ক্ষেত্ৰত ‘নিযুত মইনা আঁচনি’ৰ হিতাধিকাৰী হ’ব নোৱাৰিব বিৱাহিত।

বাল্য বিৱাহ ৰোধৰ বাবে এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।