জন্মদাত্রী মাতৃৰ জঘন্য কাণ্ড

43

তিনি বছৰীয়া শিশু কন্যাৰ শৰীৰত গৰম তেল ঢালি দিলে জন্মদাতা মাতৃয়ে ।

এই জঘন্য ঘটনাটো শিলচৰ চহৰৰ সোণাই ৰোডত সংঘটিত হয় ।


সোণাই ৰোডৰ ফেক্টৰী লেনত এটা ভাড়াঘৰত সংঘটিত হৈছে এই ঘটনা ।

ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত পিতা ৰাজদ্বীপ দাস আৰু মাত্ৰী জোবা দাসক ।

শিশুটি শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ।