পুনৰ বিপদত ডাঃ সংগীতা-ৱালিউল

104

পুনৰ বিপদত ডাঃ সংগীতা-ৱালিউল৷ মহানগৰ আৰক্ষীয়ে দাখিল কৰিলে ফৰেনছিক ৰিপ’ৰ্ট৷ সংগীতা দত্তৰ কণ্ঠস্বৰ পৰীক্ষাৰ অনুমতি প্ৰদান POCSO আদালতৰ৷ CCTVৰ ফুটেজৰ সৈতে কণ্ঠস্বৰ তুলনা কৰিব আৰক্ষীয়ে৷ কণ্ঠস্বৰৰ নমুনা সংগ্ৰহৰ বাবে আবেদন কৰিছিল তদন্তকাৰী বিষয়াই৷ দুই অভিযুক্ত পতি-পত্নী বৰ্তমানেও আছে ন্যায়িক জিম্মাত৷