পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানলৈ হত্যাৰ ভাবুকি

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানলৈ হত্যাৰ ভাবুকি। খালিস্তানী সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পান্নুৱে দিছে এই ভাবুকি। ইপিনে সংসদ ভৱন আক্ৰমণ কৰাৰো ভাবুকি দিছে পান্নুৱে। ২৬ জানুৱাৰীত পৰিৱেশ নষ্ট কৰাৰো ভাবুকি সন্ত্ৰাসবাদীৰ। য’তেই ত্ৰিৰংগা উত্তোলন কৰিব, ত’তেই পৰিৱেশ নষ্ট কৰাৰ ভাবুকি। ৰাজ্যখনত আইন-শৃংখলা উন্নত কৰাৰ বাবে পঞ্জাৱ আৰক্ষীয়ে চলাইছে ব্যাপক প্ৰচেষ্টা।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *