পুনৰ ৰক্তাক্ত মণিপুৰ

পুনৰ ৰক্তাক্ত মণিপুৰ। পিতা-পুত্ৰসহ ৩গৰাকী মেইটেই লোকৰ মৃতদেহ উদ্ধাৰ। বিষ্ণুপুৰ জিলাৰ কুম্বি হাওতাকত উদ্ধাৰ মৃতদেহকেইটা। আজি পুৱা স্থানীয় লোকে উদ্ধাৰ কৰে তিনিওটা মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহকেইটা ইম্বুচা মেইটেই, আনন্দ মেইটেইৰ। বৰ্তমানেও জানিব পৰা হোৱা নাই এটা মৃতদেহৰ পৰিচয়। বুধবাৰে হাবিত খৰি বুটলিবলৈ গৈ সন্ধানহীন হৈছিল ৪জন লোক। সন্দেহযুক্ত কুকি দুষ্কৃতিকাৰীয়ে লোককেইজনক হত্যা কৰাৰ সন্দেহ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *