আৰক্ষী মহাপৰিদৰ্শক পদলৈ পদোন্নতি IPS সংযুক্তা পৰাশৰৰ

বৰ্তমান নতুন দিল্লীৰ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন আই এ)ত উপ-মহাপৰিদৰ্শক হিচাপে কৰ্মৰত অসম কন্যা আই পি এছ বিষয়া সংযুক্তা পৰাশৰে আৰক্ষী মহাপৰিদৰ্শক পদবীলৈ পদোন্নতি লাভ কৰিছে।

এক অধিসূচনাৰ জৰিয়তে আই পি এছ বিষয়াগৰাকাৰী জনসেৱাৰ প্ৰতি থকা দায়বদ্ধতাক স্বীকৃতি স্বৰূপে প্ৰদান কৰা এই পদোন্নতিৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *