কামপুৰৰ চিউগুৰিত ভয়ংকৰ ঘটনা

কামপুৰৰ চিউগুৰিত ভয়ংকৰ ঘটনা৷ পথাৰত গৰু চৰাই থকাৰ‌ সময়ত এজনক হানি-খুঁচি হত্যা৷ মৃত লোকজন চহৰ আলী৷ গিয়াছউদ্দিন, ৰি‌য়াজউদ্দিন, আফাজ উদ্দিনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ৷ ইতিমধ্যে বাবুল আলী নামৰ এজনক আটক কামপুৰ আৰক্ষীৰ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *