দুৰ্ঘটনাত পতিত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ কনভয়ৰ বাহন, ৪জন আহত

মৰিগাঁও জিলাৰ অন্তৰ্গত জাগীৰোডত শুকুৰবাৰে দুৰ্ঘটনাত পতিত হয় কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ কনভয়ৰ বাহন।

গুৱাহাটীৰ পৰা কাজিৰঙালৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই ঘটনা।

খবৰ অনুসৰি এই ঘটনাৰ সময়ত তিনিজন দেহৰক্ষী আৰু এজন চালক আহত হয়।

দুৰ্ঘটনাৰ পিছতে আহত সকলক উন্নত চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *