শনিবাৰে নিশা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত পাঁচটা ডকাইত আটক ৷ নগাঁও সদৰ আৰক্ষী বিষয়া উৎপল বৈশ্যৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আটক কৰে ডকাইতৰ দলটো ৷ আৰক্ষীয়ে দুৰ্বৃত্ত কেইটাৰ পৰা এটা ৭.৬৫ পিষ্টল সহ দুই জাই সজীৱ গুলী জব্দ কৰে।