ৰাজ্যৰ কেইবাগৰাকী আৰক্ষী বিষয়াক পদোন্নতি, বদলি

ৰাজ্যৰ কেইবাগৰাকী আৰক্ষী বিষয়াক পদোন্নতি, বদলি৷ নলবাৰীৰ ASP অলিন্দিতা গগৈক দুৰ্নীতি নিবাৰক শাখাৰ SPৰ দায়িত্ব৷ ডিব্ৰুগড়ৰ ASP ড০ দেৱজিৎ নাথক 25th AP(ONGC)Bn.ৰ অধিনায়কৰ দায়িত্ব৷ 25th AP(ONGC)Bn.ৰ অধিনায়ক অমৰ চৌধুৰীক বদলি৷ চৌধুৰীক লখিমপুৰৰ 3rd AFPF Bn.ৰ অধিনায়কৰ দায়িত্ব অৰ্পণ৷ লক্ষীপুৰৰ SDPO দিনেশ কুমাৰক নলবাৰীৰ ASPৰ দায়িত্ব৷ নাহিদ কৰিস্মাক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা বদলি৷ শিৱসাগৰৰ ASP (সীমান্ত)ৰ দায়িত্ব অৰ্পণ নাহিদ কৰিস্মাক৷ গুৱাহাটী মহিলা আৰক্ষীৰ ACP ভনিতা নাথক BI (EO-1)ৰ SPৰ দায়িত্ব৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *