মঙ্গলদৈত এজেৱাইচিপিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

মঙ্গলদৈত এজেৱাইচিপিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী।অসমৰ সাতামপুৰুষীয়া ঐক্য শান্তি ৰক্ষাৰ স্বাৰ্থত সাম্প্রদায়িক বিভেদ সৃষ্টি কৰা শক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত এই কাৰ্যসূচী।
উল্লেখযোগ্য যে মঙলদৈত ৰাষ্ট্ৰীয় বজৰং দলৰ আগ্নেয় অস্ত্ৰৰ প্ৰশিক্ষণৰ মূল অভিযুক্ত সকলক শীঘ্ৰে কৰায়ত্ব কৰি শাস্তি প্ৰদানৰ দাবী ৷
ঘটনাৰ ৪-৫ দিন উকলি যোৱাৰ পিছতো অপৰাধীক আৰক্ষীয়ে কৰায়ক্ত কৰিবলৈ সক্ষম নোহোত ক্ষোভিত যুৱ ছাত্ৰ পৰিষদ।অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ দৰং জিলা সমিতিৰ উদ্যোগত ৰূপায়িত হয় এই কাৰ্যসূচী।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *