মৈৰাবাৰীৰ হাতীমূৰীয়া গাঁৱৰ পৰা এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলা নিৰুদ্দেশ।
যোৱা শনিবাৰে মৈৰাবাৰীৰ হাতীমূৰীয়া গাঁৱৰ পৰা হামিদা খাতুন নামৰ মানসিক বিকাৰগ্ৰস্ত মহিলা গৰাকী নিৰুদ্দেশ হয়।
মহিলা গৰাকীৰ বয়স আনুমানিক চল্লিছ বছৰ।পিন্ধোনত শাৰী কাপোৰ।
গাৰ ৰং মিঠা বৰণৰ।
মহিলা গৰাকীৰ স্বামীয়ে জানিব দিয়া মতে মহিলা গৰাকী ঘৰৰ ওচৰৰ পৰা তমতমত বজাৰত ওলাই গৈছিল যদিও আজিলৈকে ঘৰ আহি পোৱা নাই।
যদি কোনোবাই মহিলা গৰাকীৰ সন্ধান পাই 9101308495 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে।
