লাইজল আৰু চি এছ আই আৰ-আই জি আই বিয়ে ভাৰতীয় ঘৰত বীজাণু আৰু ৰোগ সৃষ্টিকাৰী জীৱাণুৰ উপস্থিতি বিশ্লেষণৰ বাবে এক অধ্যয়ন চলাইছে। গৱেষণাকাৰী দলটোৱে বিচাৰি উলিয়াইছে যে বিভিন্ন কোঠাৰ মজিয়াৰ অঞ্চলত ৰোগ সৃষ্টিকাৰী বীজাণু যেনে ইস্কেৰচিয়া কলাই, মৰাক্সেলা এছ পি পি, ব্ৰেভুণ্ডিম’নাছ এছ পি পি, এচিনেট’বেক্টেৰ এছ পি পি, আৰু ১০০০ৰো অধিক প্ৰকাৰৰ বেক্টেৰিয়া আৰু ২০০ প্ৰকাৰৰ ভাইৰাছ থাকে।
চিনাক্ত কৰা বীজাণুবোৰ ডায়েৰিয়া আদি ৰোগ আৰু ছালৰ সংক্ৰমণ, প্ৰস্ৰাৱৰ সংক্ৰমণ, ব্ৰণ, চকু আৰু তেজৰ সংক্ৰমণৰ দৰে অৱস্থাৰ বাবে দায়ী হৈ আহিছে।
এটা স্বতন্ত্ৰ লেব পৰীক্ষাত দেখা গৈছে যে লাইজলৰ উচ্চমানৰ প্ৰস্তুতিৰ মাত্ৰ ১ কেপেহে ৩ কেপ ফেনাইলতকৈ ৯৯.৯% বীজাণু নিধন আৰু ১০X উন্নত পৰিষ্কাৰ-পৰিচ্ছন্নতা প্ৰদান কৰে। লাইজল অল-ইন-ৱান বীজাণুনাশক ছাৰ্ফেচ ক্লিনাৰ আই এম এৰ পৰামৰ্শ আৰু ৭ টা ভিন্ন সুগন্ধিত উপলব্ধ যাৰ মূল্য ৪২/- টকা।
