মাৰ্ঘেৰিটা কাণ্ডৰ অপৰাধীক এনকাউণ্টাৰ…

মাৰ্ঘেৰিটাৰ কিশোৰী ধৰ্ষণ আৰু হত্যাকাণ্ডৰ অপৰাধী অনন তাঁতীক এনকাউণ্টাৰ।

আৰক্ষীৰ গুলীত আহত অপৰাধীজন।

পলায়নৰ চেষ্টা চলাওঁতেই গুলিবিদ্ধ অপৰাধী আনন্দ তাঁতী।

পুৱা অৰুণাচলত আত্মগোপন কৰি থকা অৱস্থাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *