মান কি বাটৰ ১০০ সংখ্যক খণ্ড সমাপ্ত কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

সমগ্ৰ বিশ্বতে ভাৰতৰ বহু মিছন আৰু দূতাবাসত উদযাপন কৰা মান কি বাটৰ ১০০ সংখ্যক খণ্ড সম্পূৰ্ণ কৰিলে পি এম মোদীয়ে।

প্ৰধানমন্ত্ৰীৰ ভাষণ লাইভ টেলিকাষ্ট আৰু ৰাষ্ট্ৰসংঘৰ সদস্যসকলে প্ৰত্যক্ষ কৰি, আৰু ভাৰতৰ প্ৰচেষ্টাই স্থানীয় শিপিনীসকলক কেনেদৰে বিশ্বব্যাপী মঞ্চত উপনীত হ’বলৈ সক্ষম কৰিছে সেই বিষয়ে আলোকপাত কৰে।

ইয়াৰ দ্বাৰা ভাৰতৰ ‘লোকেল ফৰ গ্ল’বেল’ৰ লক্ষ্যসমূহৰ ওপৰত আলোকপাত কৰা হৈছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *