অসমৰ মুখ্যমন্ত্ৰীয়ে নকল নকৰাকৈ একোৱেই লিখিব নাজানে!অসমৰ মুখ্যমন্ত্ৰীয়ে ইংৰাজী আৰু হিন্দী ভালকৈ নাজানে।ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এক ভিডিঅ’। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই এখন বিদ্যালয় পৰিদৰ্শন কৰাৰ সময়ত ভিজিটৰ ৰেজিষ্টাৰত লিখি থকা দেখা যায়।অন্য এখন বহীৰ পৰা চাই চাই লিখা দেখা যায় মুখ্যমন্ত্ৰী গৰাকীয়ে।তাৰ পিছতেই সমালোচনাৰ সৃষ্টি হৈছে চৌদিশে।ভাইৰেল হৈ থকা ভিডিওটোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই ।
