নিজৰ ভিতৰৰ মানুহেই এদিন হত্যা কৰিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক।
এই দাবী কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে।
ৰাছিয়া-ইউক্ৰেইনৰ মাজত অব্যাহত থকা উত্তপ্ত পৰিস্থিতিৰ মাজতে জেলেনস্কিয়ে কয়, ‘চিকাৰীয়ে এদিন চিকাৰীক হত্যা কৰিব। ইহঁতে এজন হত্যাকাৰীক হত্যা কৰাৰ কাৰণ বিচাৰি পাব।”
দ্য টাইমছৰ এক প্ৰতিবেদন অনুসৰি ইউক্ৰেইনৰ ‘বছৰ’ শীৰ্ষক তথ্যচিত্ৰখনত এই মন্তব্য কৰে জেলেনস্কিয়ে।