১৮ হাজাৰৰো অঅধিক কৰ্মচাৰীৰ চাকৰি একেলগে কৰ্তনৰ সিদ্ধান্ত আমাজনৰ…

আমাজনৰ চিইঅ’ এণ্ডি জেচিয়ে কৰ্মচাৰীসকললৈ প্ৰেৰণ কৰা ই-মেইলযোগে ১৮ হাজাৰৰো অধিক কৰ্মচাৰীৰ চাকৰি কৰ্তন কৰাৰ পৰিকল্পনা ঘোষণা কৰে।

ই-মেইলটোত তেওঁ লিখিছে, “আমি সাধাৰণতে এই ফলাফলসমূহৰ বিষয়ে যোগাযোগ কৰিবলৈ অপেক্ষা কৰোঁ যেতিয়ালৈকে আমি প্ৰত্যক্ষভাৱে প্ৰভাৱিত লোকসকলৰ সৈতে কথা পাতিব নোৱাৰো।”

তেওঁ লগতে কয় যে আমাৰ এজন সতীৰ্থই এই তথ্য বাহ্যিকভাৱে ফাদিল কৰাৰ বাবে আমি সিদ্ধান্ত লৈছিলো যে এই খবৰটো আগতেই শ্বেয়াৰ কৰাটো ভাল।’

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *