ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ।
বুধবাৰে উত্তৰ প্ৰদেশত ভাৰত জোড়ো যাত্ৰাত চামিল হয় ভূপেন বৰা।
ভূপেন বৰাৰ লগতে এই পদযাত্ৰাত অংশগ্ৰহণ অসমৰ শতাধিক কংগ্ৰেছ নেতা-কৰ্মীৰ।
উল্লেখ্য যে, কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা এই পদযাত্ৰাই মঙলবাৰে প্ৰৱেশ কৰে উত্তৰ প্ৰদেশত।
দেশৰ বহু বিশিষ্ট ব্যক্তিয়ে উত্তৰ প্ৰদেশত ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা।