লংকাত অব্যাহত ড্ৰাম্পাৰৰ দৌৰাত্ম্য।



লংকাত অব্যাহত ড্ৰাম্পাৰৰ দৌৰাত্ম্য।

লংকা শ্বিলং ৰোডত তীব্ৰবেগী ড্ৰাম্পাৰে মহতিয়ালে দুজন বাইক আৰোহী।

সংকটজনক অৱস্থাত দুই বাইক আৰোহীক প্ৰেৰণ হোজাইৰ চিকিৎসালয়লৈ।

বাইক আৰোহী যুৱকদ্বয়ৰ নাম ক্ৰমে বিশ্বজিত দাস(২৫) আৰু প্ৰণজিত দাস(২৩)।

দুয়োজনৰে ঘৰ ডিমা হাচাও জিলাৰ দৈয়াংমুখত

দূৰ্ঘটনাগ্ৰস্ত ড্ৰাম্পাৰখনৰ নম্বৰ হৈছে AS 02CC- 0187 আৰু বাইকখনৰ AS 31-9488 ।

উল্লেখ্য যে, লংকা অভিমুখে আহি থকা অৱস্থাত পিচফালৰ পৰা ড্ৰাম্পাৰখনে খুন্দা মাৰে দুই বাইক আৰোহীক।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *