১০০ গৰাকী ছাত্ৰই বাঁহী বজাই বাঁহীবাদক দীপক শৰ্মালৈ শেষ শ্রদ্ধা জনায়

স্বগৃহলৈ অনা হ’ল আন্তঃৰাষ্ট্ৰীয়  বাঁহীবাদক দীপক শৰ্মাৰ পাৰ্থিৱ শৰীৰ। মঙলবাৰে পুৱা চেন্নাইৰ পৰা বিমানযোগে লৈ অনা হয় বাঁহীবাদক দীপক শৰ্মাৰ নশ্বৰ দেহ। নশ্বৰ দেহ  অম্বিকাগিৰি নগৰৰ বাসগৃহত শোকাকুল পৰিৱেশৰ বিৰাজ কৰে।  বাসগৃহত শ্ৰদ্ধাজ্বলি জনোৱাৰ পিছত সেউজসংঘৰ বাকৰিত গুণমুগ্ধৰ শেষ শ্রদ্ধাঞ্জলি জনাই। ১০০ গৰাকী ছাত্ৰই বাঁহী বজাই শেষ শ্রদ্ধা জনায় শিল্পী গৰাকীক। বিয়লি নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে  শেষকৃত্য সম্পন্ন কৰা হ’ব।

By Mohini

Leave a Reply

Your email address will not be published. Required fields are marked *