ৰে’ল দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ সাহায্য ঘোষণা

69

ৰে’ল দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ সাহায্য ঘোষণা ।

দুৰ্ঘটনাত নিহতৰ আত্মীয়লৈ ২ লাখকৈ টকাৰ সাহায্য।

আহতসকললৈ ৫০ হাজাৰ টকাৰ সাহায্য ঘোষণা।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰে সাহায্য।

পশ্চিমবংগত দুৰ্ঘটনাত পতিত হয় কাঞ্চনজংঘা এক্সপ্ৰেছ।