ৰূপহীহাটৰ এখন আৰক্ষী চকী বছৰৰ পিছত বছৰ ধৰি পৰি আছে পৰিত্যক্ত অৱস্থাত

১৯৮৩ চনতে স্থাপিত এখন আৰক্ষী চকী, আৰু এই আৰক্ষী চকীখন আছে নগাওঁ জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত নামপানীগাঁৱত। আৰক্ষী চকীখন বছৰৰ পিছত বছৰ ধৰি পৰি আছিল পৰিত্যক্ত অৱস্থাত। আৰক্ষী চকীখন স্থাপিত হোৱাৰ পাছত মাত্ৰ চকীখনত কেইবছৰমানহে চলিছিল আৰক্ষীৰ কাম-কাজ। পুৰণিগুদামৰ একাংশ গাঁৱক সামৰি লোৱা এই নামপানীগাওঁ আৰক্ষী চকীখন বৰ্তমান পুনৰ সজীৱ কৰি তোলাৰ বাবে তৎপৰ হৈ পৰা দেখা পোৱা গ’ল ৰাজ্যৰ আৰক্ষী বিভাগ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *