ৰাহুল ছেত্ৰীৰ আত্মসমৰ্পণ

ৰাহুল ছেত্ৰীৰ আত্মসমৰ্পণ

ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীৰ আজি পুৱা লেখাপানী আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ।
২৭ নৱেম্বৰৰ পৰা আত্মগোপন কৰি আছিল ৰাহুল ছেত্ৰীয়ে।।
তেওঁৰ ওপৰত উঠা অভিযোগ সমূহৰ ভিত্তিত কয় যে তেওঁ ৰেগিং কাণ্ডত জড়িত নাই আৰু সমগ্ৰ ঘটনা তেওঁ আইনৰ ওচৰত ব্যক্ত কৰিব বুলি জনাই।।
তেওঁ ভয় আৰু আশংকাত আত্মগোপন কৰি আছিল বুলি জানিব দিয়ে।।
তেওঁ আশা কৰিছে যাতে আইনে উচিত ন্যায় প্ৰদান কৰে।
তেওঁ আত্মগোপন কৰি অসমতেই আছিল বুলি জানিব দিয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *