ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত অবস্থাত দাউ দাউকৈ জ্বলি উঠিল এখন ট্ৰাক


ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত অবস্থাত দাউ দাউকৈ জ্বলি উঠিল এখন ট্ৰাক ।
ৰহস্যজনক ঘটনাটো সংঘটিত হৈছে ৰাণীঘাট – কালাইন ৰাষ্ট্ৰীয় ঘাইপথতৰ ৰাণীঘাট এলাকাত।
অবশেষত স্থানীয় ৰাইজৰ সহযোগত বহু প্ৰচেষ্টাৰ পিছত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে যদিও কি কাৰণত এনেদৰে জ্বলি উঠিল সেয়া এতিয়াও নিশ্চিত হোৱা নাই।ইতিমধ্যে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *