ৰাজ্য চৰকাৰৰ গৃহ সচিব শিলাদিত্য চেতিয়াৰ চৰম পন্থা

55

ৰাজ্য চৰকাৰৰ গৃহ সচিব শিলাদিত্য চেতিয়াৰ চৰম পন্থা।

পত্নীৰ মৃত্যুৰ পাছতে ছাৰ্ভিচ পিষ্টলেৰে মূৰত গুলীয়াই চৰম পন্থা চেতিয়াৰ।

পত্নীৰ চিকিৎসাৰ বাবে বিগত ৪ মাহ ধৰি ছুটীত আছিল IPS বিষয়াগৰাকী।

দীৰ্ঘদিনে কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল পত্নী।

গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল পত্নী।

পত্নীৰ মৃত্যুৰ পাছত মৰ্মাহত হৈ চেতিয়াই ল’লে এই সিদ্ধান্ত।