ৰাজ্যৰ শিক্ষা বিভাগত শনি লাগিছে।ইটোৰ পিছত সিটো দুৰ্নীতি সংঘটিত হৈছে এতিয়া শিক্ষা বিভাগত।শিক্ষা বিভাগটো ইমানেই সহজলভ্য হৈ পৰিছে যে মানুহে যি বিচাৰে সহজভাৱে উপলব্ধ হয় পৰে।টকাৰ লালসাত শিক্ষাৰ্থীৰ ভবিষ্যতকলৈ হেতালি খেলিছে একাংশ শিক্ষা বিষয়ৰ কৰ্মচাৰীয়ে।দুৰ্নীতি মুক্ত অসম গঢ় দিব খোজা হিমন্ত বিশ্ব শৰ্মা দিনতে কিন্তু এতিয়া ইটোৰ পিছত সিটো দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে।শিক্ষাৰ্থীৰ জীৱনকলৈ হেতালি খেলা মূল মাষ্টাৰমাইণ্ড অৱশেষত আত্মসমৰ্পণ কৰিলে। মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত ভাইৰেল কৰা মাষ্টৰমাইণ্ড কুমুদ ৰাজখোৱাই।
