ৰাজ্যৰ নিবনুৱাসকললৈ সু-খবৰ

ৰাজ্যৰ নিবনুৱাসকললৈ সু-খবৰ। ৭ অক্টোবৰত প্ৰকাশ পাব আৰক্ষী বিভাগত নিযুক্তিৰ বিজ্ঞাপন। ৫৫০০-৫৭০০ পদৰ বাবে প্ৰকাশ পাব বিজ্ঞাপন। চলিত মাহতে আন ১৫ হাজাৰ চৰকাৰী পদৰ বাবেও ওলাব বিজ্ঞাপন।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *