ৰাজ্যত ভুৱা চিকিৎসকৰ দপদপনি

ৰাজ্যত ভুৱা চিকিৎসকৰ দপদপনি।উল্লেখযোগ্য যে ফটাশিল আৰক্ষীৰ জালত এইবাৰ ভুৱা চিকিৎসক৷ জানিবপৰা মতে জ্যোতিকুছিৰ পৰা পৰমেশ চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰা হয়৷ ‘চাৰুলক্ষ্মী আয়ুষ’ নামৰ ফাৰ্মাচীত আছিল চেম্বাৰ৷ চিকিৎসক সন্থাৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ পৰমেশ চক্ৰৱৰ্তীক৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *